Tuesday, 31 December 2019

Aah Aah Olai Aah - Bhupen Hazarika lyrics best evergreen song

0

Aah Aah Olai Aah - Bhupen Hazarika lyrics
♪ Aah Aah Olai Aah ♪ 
official lyrics

আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্ পোহৰ
আনোতা
ৰামৰে দেশতে থকা ৰাৱণ
বধোঁতে
যায় যদি যায় জীৱনতো
যাক!

সমুখৰে সেনাপতি থমকি
জিৰালে,
কিনো হ'ব সেনানীয়ে
ভাবিলে গুণিলে
ক'লা কাকতি ফৰিং
নাশোঁগৈ আহ্ ৷৷

আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্
পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ
বধোঁতে
যায় যদি যায় জীৱনতো
যাক!

শুন বুভুক্ষু শিশুৰে
আৰ্তনাদ
(সেয়ে) তিল্ তিল্
মৃত্যুৰ আনে সংবাদ,
এই সংবাদ শুনিও বধিৰ
কিয়?
তই নকৰিবি কিয় তোৰ শেষ
প্রতিবাদ?

সংগ্রাম আন এটি নাম
জীৱনৰে
ইতিহাসে চিঞৰে 'জয়
জনতাৰে'
ত্রাস এৰি দানৱকে
বধোঁগৈ আহ্।।

অ' আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্
পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ
বধোতে
যায় যদি যায় জীৱনতো
যাক!
Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design