Tuesday, 7 January 2020

Mon Moina lyrics kussum Kailash 2020

0

O Seng By Kussum Kailash || Mon Moina || New Assamese Song 2020 - Kussum Kailash & Nilakshi Neog Lyrics


Singer Kussum Kailash & Nilakshi Neog
অ ছেং কি মৰম লগালি ক'
অ ছেং পগলা কৰিলি ক'
অ ছেং তোৰে প্ৰেম সাগৰত ক'
অ ছেং জাপে মই দিলং ক'
তই মন মইনা ঐ
এৰি থৈ নাযাবি ঐ
তই জান মইনা ঐ
ভাবি চাবি মোলে ঐ
কেতিয়াকৈ পামে তোৰ
মৰমৰ এষাৰি মাত
অ ছেং কি মৰম লগালি ক'
পগলা কৰিলি ক'


অভিমানী হৈ মোৰ জান জনী ঐ
নকবি দেই নকবি দেই
এৰি যামেগৈ
মৰম নদীত ঐ
মোৰ জান জনী ঐ
সাতুৰি নাদুৰি আছো তোৰে সতে ঐ
তই মন মইনা ঐ ভাবি চাবি মোলে ঐ
তই জান মইনা ঐ আতৰি নাযাবি ঐ কেতিয়াকৈ দিবি তোৰ মৰমৰ সহাৰিৰ হাত


মনতে তোকে চোন ভাবো
বুকুতে ঘৰ এটি সাজো
নেভাবি নোৱাৰো বুজিও নুবুজু
কিয় উৰি উৰি মন তোৰ কাষলে যায়


অ ছেং তোৰে চাই মুখনি
অ ছেং যাবলে টোপনি
অ ছেং কেতিয়াকৈনো পাম
অ ছেং বুকুতে সাৱটি
তই মইনা ঐ ভাবি থাকোং তোকে ঐ
তই জান মইনা ঐ
আনলে নাভাবোং ঐ
দূৰে দূৰে নৰ'বি দিবি তই
সহাৰিৰ হাত
অ ছেং মনকে বান্ধি লং ক'
তই ছেং মোৰ হ'বিনে ক'
অ ছেং কি মৰম লগালি ক'
বলিয়া কৰিলি ক'


Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design