Thursday, 20 February 2020

Niyor Lyrics dikshu Assamese song 2020

0

Niyor Lyrics dikshu Assamese song 2020


নিয়ৰ নামৰ সংগীতটোৰ কণ্ঠদান কৰিছে দীক্ষু শৰ্মা ই গানটো কম্পছ কৰিছে তিৰন মহন্ত য় গানটো লিখা হৈছে অৰ্ছবিক ৰ দ্বাৰা
গানটো প্ৰকাশ পাইছে ১৪ ফ্ৰেব্ৰুৱাৰী ২০২০ ত। গানটো মিশ্ৰণ কৰা হৈছে পিংকু দাসৰ দ্বাৰা। এই মনোমোহা গানটোৰ লিখনিৰ সোৱাদ লবলৈ তলত চাওক।

Niyor song basic info


Singer: DIKSHU
Compose & Music : TRION MAHANTA
Lyrics: ARSHAVIK
Mix & Master : PINKU DAS ( RedAVStudio)


Niyor Lyrics dikshu Assamese song 2020
Niyor 




Niyor song Assamese Lyrics



সপোনৰ এপাহি ফুলতে
আবেগৰ পখিলাবোৰ উমলে
তোমাৰেই কথা ভাবি
প্ৰতিপলে
চোতালৰে সেই তলসৰা শেৱালীক
এটোপি নিয়োৰে আহি দিলেহি
প্ৰণয়ৰ প্ৰথম পৰশ
আলফুলে
অসীমৰ সিমনাতে
মিলিব এদিন দুখনি হিয়া
অ মনৰ আকাশত সাজিব আহি
ৰামধেনু সাটোৰঙীয়া

সপোনৰ এপাহি ফুলতে
আবেগৰ পখিলাবোৰ উমলে
তোমাৰেই কথা ভাবি
প্ৰতিপলে
চোতালৰে সেই তলসৰা শেৱালীক
এটোপি নিয়োৰে আহি দিলেহি
প্ৰণয়ৰ প্ৰথম পৰশ
আলফুলে

আছিলোঁ এন্ধাৰৰে দেশতে
বিচাৰি চাকি পোহৰৰ এধানি
কাচিয়লি ৰোডৰ পাখিত
তুমি আহিলা
তমষা ভৰা মোৰ বুকু
পূহৰাই দিলা
নিৰৱতাই কথা কলে
অচিনাকী এটি সুৰে
মৰুভুৰ বুকুত বৰষা আনে
মৰমৰ জোৱাৰ উঠে
তোমাৰ পৰশতে
এসাগৰ আবেগৰ প্ৰৱল আনে

সপোনৰ এপাহি ফুলতে
আবেগৰ পখিলাবোৰ উমলে
তোমাৰেই কথা ভাবি
প্ৰতিপলে
চোতালৰে সেই তলসৰা শেৱালীক
এটোপি নিয়োৰে আহি দিলেহি
প্ৰণয়ৰ প্ৰথম পৰশ
আলফুলে


Seniram song lyrics
Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design