Saturday, 15 February 2020

O Meghali New Assamese Romantic Song 2020 lyrics Neel Akash

0

O Meghali New Assamese Romantic Song 2020 lyrics Neel Akash

◾Singer - Neel Akash
◾ Music Director - Ajoy Phukan
◾ Lyrics- Abhijit Bhattacharjya
◾ Music Producer - Pranoy Dutta
◾ Mixed/Mastered- Pranoy Dutta
◾ Voice Melodyne - Palash Gogoi
◾ Lyrical - Partha Protim
 


O Meghali New Assamese Romantic Song 2020 lyrics Neel Akash




অ মেঘালী
অ মেঘালী
সন্ধ্যা তৰাৰে ধেমালি
মৰমৰে বকুচাত উমলি
আছানে হিয়াৰে ফুল বুটলি
অ মেঘালী
অ মেঘালী
গোলাপৰ ৰঙেৰে ৰাঙলী
জোনাকৰ প্ৰেমেৰে বাউলি
কওঁ নেকি এবাৰ তোমাক
ভাল পাওঁ বুলি
হেঙুলি আকাশৰে তুমি বৰ্ণালী
স্বপ্নৰে ফুল বছা তুমি সপ্নলি
তুমি জানো নহইনে মোৰ
নিয়ৰৰে শেৱালী
তুমি জানো হইনে মোৰ ৰদালি


অ মেঘালী
অ মেঘালী
যদি তুমি এবাৰ চোৱা হাঁহি
ফুলি উঠিব সপোনৰে জালুকবাৰী
কৃষ্ণচোৰাৰ হাঁহি বতাহেও আঁকিব চুন
মৰম সনা এখনি ৰঙীন ছবি
তোমাৰ মৰমৰ চাকি জ্বলি
উজলাব পানবাজাৰৰ গলি
মাতি মাতি চাওঁ এবাৰ তোমাক
মৰম সনা এখনি ৰঙীন ছবি
অ মোৰ মৰমৰ দীপালী


অ মেঘালী
অ মেঘালী
যদি এবাৰ তুমি দিয়া মাত এখাৰি
জ্বলি উঠিব মোৰ প্ৰেম কাহিনী
তোমাৰে  মুখনি
ঢৌ তোলা চুলি তাৰি
ঘনে ঘনে মোক কৰেহি আমনি
জোনাকী তুমি পূহৰোৱা আহি
মোৰ এন্ধাৰ মনৰ ছবি
মাতি মাতি চাওঁ নেকি এবাৰ তোমাক
অ মোৰ মৰমৰ জোনালী

অ মেঘালী
অ মেঘালী
গোলাপৰ ৰঙেৰে ৰাঙলী
জোনাকৰ প্ৰেমেৰে বাউলি
কওঁ নেকি এবাৰ তোমাক
ভাল পাওঁ বুলি
হেঙুলি আকাশৰে তুমি বৰ্ণালী
স্বপ্নৰে ফুল বছা তুমি সপ্নলি
তুমি জানো নহইনে মোৰ
নিয়ৰৰে শেৱালী
তুমি জানো হইনে মোৰ ৰদালি

অ মেঘালী
অ মেঘালী



O Meghali New Assamese Romantic Song 2020 lyrics Neel Akash


Lyricsall.online

Neel Akash all new song

Tumi by Neel Akash lyrics




Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design