Saturday, 29 February 2020

seni seni senimai lyrics neel akash

0

Seni seni senimai lyrics this is the best Assamese song is sung by Neel Akash and album name is Bihuwaan which released on 2018
Not we are mentioned adjectly date.




Seni seni senimai lyrics


অ,,,, হ.... অ,,,, হ...

অ,,,, হ... অ,,,, হ...

অ,,, হ.. ঐ

All best Assamese songs

চেনি চেনি চেনি চেনিমাই
বিহুতলীত তোমাক দেখা পায়
কাষে চাপি গ'লো যে
মৰম লাগি তোমাৰে
ধুনীয়া মুখ খনি চাই চাই
এ.. চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল'লা ঠাই
মিচিঁকিয়াই হাঁহিলে
লাহি কঁকাল ভাঙিলে
আমনি নালাগে চাই চাই
এ ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল'লা ঠাই ঐ...
হে... সোনালী ধা.... ননী
চালে চকু ৰোৱা
চালে চকু ৰোৱা
দেখি ভালে লাগি যায়
এ তোমাৰে হাঁ.... হিতি
ইমান যে ধুনীয়া
ইমান যে ধুনীয়া
দেখি ভালে লাগি যায়
অ,, অ,, অ
ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল'লা ঠাই ঐ...
অ,, হ.. বহুতৰ মাজতে....
মোৰে জান মোৰে জান
ল'লো বাছি তোমাক
মোৰে জান মোৰে জান
তুমি বা কোৱা কি...???
মোৰে জান
নে কৰিবা অভিমান...!
তোমাক বুজি পোৱা
তোমাক বুজি পোৱাই টান..
অ,, ঔ,, অ
ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল'লা ঠাই
মিচিঁকিয়াই হাঁহিলে
লাহি কঁকাল ভাঙিলে
আমনি নালাগে চাই চাই
আমনি নালাগে চাই চাই
আমনি নালাগে চাই চাই ঐ......

Watch video


Best online trusted shopping site






Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design