Saturday, 22 February 2020

Shiva Hey lyrics Minimi lyricsall.online

0

Shiva Hey lyrics minimi ft DJ Ron, Kula Kuldip | Mahashivratri Special Assamese Song Lyrics


"Shiva Hey", performed by Minimi, Written by Minimi and Kula Kuldip. Music produced by DJ Ron and mixed and mastered by Pinku Das (Red AV Studio)




Shiva Hey lyrics Minimi
Shiva Hey lyrics by Minimi


এই যে ফাগুন গোটেই দেশতে নাচিছে
There is something wrong সৰুমাই
জিফালে চাও সেইফাল মহঙা সময়
বুকুৱে বুকুৱে মহা প্ৰলয়
তেজে তেজে বাজে দুগু দুগু ডম্বৰু
নামি আহে ত্ৰিলক নাথ শিৱ সম্ভু
আহ আহ জংহলি নামে জতাধাৰি
নাচে বাউলী হৈ টানি লৈ তানখো
খুলি পেলা তোৰ চকুৰপানী
তই চিলিম টানি
নাচ বাউলী হৈ আকাশ মৰত আৰু পাতাল ফালি
চাই থাক সৰুমাই নাচিম আজি মই ট্ৰিলকতাই
নাচাই নাচাই খুলি তাৰ দাই বাবাই মোক ভাল পাই
তুলি পেলা তোৰ চকুৰ পানী তই ছিলিম টানি
নাচ বাউলী হৈ আকাশ মৰত আৰু পাতাল ফালি
চাই থাক সৰুমাই নাচিম আজি মই ট্ৰিলকতাই
নাচাই নাচাই খুলি তাৰ দাই বাবাই মোক ভাল পাই
সৌ কত থকা মনৰ মাজত তৈ বিৰাজমান
আলান সাৰ কৈলাশ কি পতি জয় জয় কাল
সম্ভো সম্বো নীলকণ্ঠ ত ই সায়াম্ভো
ৰুদ্ৰমূৰ্তি ধাৰণ কৰো মহা প্ৰভু

তই এ প্ৰাণ,তই এ পোহৰ
তই এ দৃষ্টি,তই এ ৰং মোৰ সৰ্বশ্য
জীৱন মৰণ তোৰ নামত বিলীন তোৰ
নামত বিলীন

তই এ শৈছ
তই এ খেতিয়ক
তই এ জগতৰ মহা নায়ক
বাবা বাবা মই পাও তোৰ সংগ
নিক নেম পেট নেম
কৰ্মৰে পালি তই
অলেক নেম
সকলো ধ্বংসতে তোৰে আৰম্ভ হে মহাকাল
তাণ্ডৱ তাণ্ডৱ
ৰুদ্ৰক্ষ বেলপাত
ভষ্ম ভষ্ম
ফালি পেলা ত্ৰিভূবন হিলা মাৰ বুকুতে
সৰুমাই হব পাৰ্বতী মই হব খোজোঁ তোৰ দৰে পতি
বিন্দাছ তই নিজ ৰঙতে মগন আজি যোগী শংকৰ
ফুকি দিলোঁ উৰি গলো
পৃথিৱীতে নাই নিজকে দিছোঁ বিলাই
চাই থাক সৰুমাই ঘেন্তা মই দিব পৰো সকলো হিলাই
নাচ ফালি চিৰি তাণ্ডৱ নাচ
বাবা আমি তোৰে সন্তান





Tag: All new 2020 Assamese song
         All new 2020 hindi song
        All new rap song
         
Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design