Saturday, 4 April 2020

Akash Assamese song lyrics by Neel Akash (আকাশ)

0

গানটো প্ৰকাশ পাইছে ২ এপ্ৰিল ২০২০ত। নীল আকাশ এ কণ্ঠদান কৰা গীতটোৰ নাম হৈছে- (আকাশ) Akash। গীতটোৰ লিখনি হৈছে- মৃন্ময় মৃত্তিকৰ। দুটি ভাষাত লিখনি টো প্ৰকাশ কৰা হৈছে, আপোনালোকে চাব পাৰে। আৰু যদিহে ভাল লাগে লিখনি টো চাই ,তেন্তে আপোনালোকে wapsite টো follow কৰিব নাপাহৰিব। যাতে আমাৰ ফালৰ পৰা কৰা update বোৰ আপোনালোকে নিয়মীয়াকৈ পাই থাকে।

Lyrics


(আকাশ)

অসমীয়া ভাষাত উপলব্ধ।


মোৰ প্ৰনয়ৰে উশাহ
নৈ বুলিলে হেঁপাহ 
আছে জানো বৈ
একেদৰে ঐ
শুনিব খুজিছোঁ যে মই

অ আকাশ   *৩

হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা
এধানি মন
আছুতীয়া উলাহৰে আঁকি লোৱা
জগত এখন
আধাবাটতে এৰি থৈ আহি
আজিও তাতে যে মগণ

অ আকাশ   *৩

থুপি থুপি তৰা জোনাকী নামি আহি আহি
উমি  উমি থকা হেপাহৰ হেচুকী জগালি *২
জ্বলিছে এদিন বুকুৰে মাজত
নতুনৰ পোৱা গধূলি.....

অ আকাশ   *৩





Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design