Tuesday, 5 May 2020

কঁহুৱা বন । Kahuwa ban । Lyrics

0

কঁহুৱা বন । lyrics । ডাক্তৰ ভূপেন হাজৰিকা দেবে কণ্ঠদান কৰিছে - কঁহুৱা বন নামৰ গীতটিত। ধুনীয়া এটা সুন্দৰ গীত হয়।








কঁহুৱা বন । Lyrics




কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি।
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি

নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি।
অ’এটি এটি ক্ষণ যেন এটি এটি পণ
এনেই হেৰুৱালে নাহে উভতি ।

পুৱতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলোঁ সেই ক্ষণটি
অনন্ত সময়ৰ সাগৰখনিৰ
চঞ্চল কোলাহলে ভাঙে ঘুমতি।
অ’ বলিয়া মন কিয় উচাটন ?
কালিৰ সূৰুযে আনি দিব পুৱাটি।।


Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design