Saturday, 2 May 2020

পৰিণীতা parineeta title song lyrics। Assamese mega serial।

0

Parineeta "পৰিণীতা" title song lyrics 

this is latest Assamese song of mega serial parineeta which comes on the Assamese channel rang
This song was released on 03 February 2019
Singer is Gayatri Hazarika, lyrics was Parikshit kalita and main lead actress Himakshi kalita.


পৰিণীতা parineeta title song lyrics। Assamese mega serial।


(পৰিণীতা)



হেঁপাহৰ ক'ত ৰং বুকুতে আছে
বাউলী হৈ
জীৱনৰ প্ৰতিটো পাততে
লাগে ফুলাবলৈ
সপোন পাহি খন জহি - খহি যাই
ৰংবোৰ কেনিনো হেৰাই
অ নিজৰ বুলিলেও ক'ত কাহিনী
সেই ও চিনাকি হ'ল
সময়ে কি আনে ধুমুহা

পৰিণীতা
পৰিণীতা
পৰিণীতা
পৰিণীতা

জীৱন মায়াময়
অবুজ সাঁথৰ হৈ
সমিধান একোৰে নপোৱা
কোন পৰ আপোন হ'ল
অবাক হৃদয়
পৰিচয় টো দিনৰ চ'লনা
সপোন পাহি খন জহি - খহি যাই
ৰংবোৰ কেনিনো হেৰাই
অ নিজৰ বুলিলেও ক'ত কাহিনী
সেই ও চিনাকি হ'ল
সময়ে কি আনে ধুমুহা

পৰিণীতা
পৰিণীতা
পৰিণীতা
পৰিণীতা




Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design