Sunday, 3 May 2020

Shyam kanu duroi hoi najaba Lyrics Bhupen Hazarika

0

Shyam kanu duroi hoi najaba latest evergreen kamrupi lokogeet which sung by Dr Bhupen Hazarika






শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা

ঐ ৰাম নন্দৰ ঘৰৰ যদু তুমি আছিলা যে সৰু
পঞ্চ বয়সতে তুমি ৰখাইছিলা গৰু

শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা

ঐ ৰাম নন্দেৰ দুলাল বাচা তুমি নন্দে'ৰ দুলাল
এটোৰাতি কাৰুতাৰে কাৰহে চুৱাল

শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা

ঐ ৰাম লোকৰ বাচা ডাঙৰ দীঘল
আমাৰ বাচা সৰু
নহবেষ নগে চৰে তাতে চৰাই গৰু

শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা

ঐ ৰাম চিৰা থৈছোঁ, আখৈ থৈছোঁ
থৈছোঁ ভৃতৰ লাৰু

শীতল পাতি পাৰি থৈছোঁ
তাতে থৈছোঁ গাৰু

শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা

ঐ ৰাম আগে ধিলুন, পাছে ধিলুণ
মুখে বংশী বাই

গণ পুষ্প মালা পিন্ধি গধিনো চঢ়াই


শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা



Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design