Sunday, 27 September 2020

NISPONDO । নিস্পন্দ । Lyrics । New Assamese Song 2020

0
New Assamese song lyrics Nispondo published on 27 September 2020. 

Song name Nispondo singer Meghdeep composition dibya and hirok music mix master by hirok borah 

lyrics by dibya jyoti Guitars by Kaifi album art by hirok borah





Nispondo lyrics



এতিয়াৰ সময় সলনি হল , হেৰুৱা প্ৰহৰ নাহে নাহে । সাগৰে মাতিছে কাষলে', সাৱটি সকলো বিষাদৰ ডাঁৰ । হাতে হাত ধৰি অহা কত বাট, অতীতৰে ছাঁত । সৰাপাতে সাজে ঘৰ মায়াহীন উশাহৰে গাত । গ'লিগৈ অহা বাটেৰেই, অমানিশা নমাই থৈ হিয়াত । ভাঙিছে সপোন নীৰৱে, অশ্ৰু সৰে সুখৰে চিতাত । ৰাতি ৰাতি সুৰ তোলা বিষাদৰ, কৰুণ বাঁহীৰ মাত । সেই সুৰত উটি আহে আৱেগৰ, সোঁৱৰণিৰ দাগ । এতিয়াৰ...!!!

Author Image

About Akshay Barman
Soratemplates is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design